Sunday, March 3, 2013

হামাৰু ৰাম-চৰণে মন লাগু

ৰাগ - মাউৰ

ধ্ৰুং ।। হামাৰু ৰাম-চৰণে মন লাগু।
          মায়াময় সয়ল দুনিয়াই, জানি ভৰম তেজি জাগু।।

পদ ।। ধন জন জীৱন যৌৱন জায়া কায়া ঐসব ধান্ধা।
           যৈচন বিজুৰ উজুৰি মিলাৱত তাহে নাহি দেখা আন্ধা।।

           হৰিপদপঙ্কজ ভৱভয়ভঞ্জন তাহে চিন্তি চিত লাই।
           হৰি কহু চৰণ-পঙ্কজ-ৰজ কিঙ্কৰ মাধৱ দীন গুণ গাই।।

No comments:

Post a Comment