ৰাগ - সিন্ধুৰা
ধ্ৰুং ।। জয় জয় ৰাম, ৰাঘৱ ৰঘু কুল পঙ্কজ দিনকৰ ৰাম মুৰাৰি।
যো পদ-কমল সুৰাসুৰে সেৱত, সকল ভুৱন অধিকাৰী।।
পদ ।। বালী ঘালি পালি সুগ্ৰীৱ কপি
বাৰিধি বান্ধল সেতু।
নিশাচৰ সাথে দশানন ঘাতে
জগজন মঙ্গল হেতু।।
জানকী, লক্ষণ সুগ্ৰীৱ, বিভীষণ
মাৰুতি সব সৈন্য সাথে।
পুষ্পকযানহি আসি আপোন পুৰী
ভয়ো নৰপতি ৰঘুনাথে।।
শিৰে শশীমণ্ডল ছত্ৰ সুনিৰ্ম্মল
শ্বেত চামৰ দোহোঁ ঢোলে।
মিলল মহোৎসৱ পৰম কোলাহল
সব লোই মঙ্গল ৰোলে।।
শঙ্খ মৃদঙ্গ মুৰজ ধ্বনি বাজত
দুম দুম দুন্দুভি ঢোলে।
পঞ্চ শবদে শুভ মিলল মহোৎসৱ
জয় জয় ৰাঘৱ বোলে।।
ব্ৰহ্ম, পুৰন্দৰ, হৰ, মুনি, কিন্নৰ
চাৰণ মিলল ৰঙ্গে।
ৰতন সিংহাসনে বসি ৰঘু-নন্দন
ৰাজতু জানকী সঙ্গে।।
নিত্য নিৰঞ্জন জগজন কাৰণ
ৰামৰূপে অৱতাৰা।
ৰঘুপতি চৰণ- কমল ভৃঙ্গ মাধৱ
কহ-ৰাম-গতি হামাৰা।।
ধ্ৰুং ।। জয় জয় ৰাম, ৰাঘৱ ৰঘু কুল পঙ্কজ দিনকৰ ৰাম মুৰাৰি।
যো পদ-কমল সুৰাসুৰে সেৱত, সকল ভুৱন অধিকাৰী।।
পদ ।। বালী ঘালি পালি সুগ্ৰীৱ কপি
বাৰিধি বান্ধল সেতু।
নিশাচৰ সাথে দশানন ঘাতে
জগজন মঙ্গল হেতু।।
জানকী, লক্ষণ সুগ্ৰীৱ, বিভীষণ
মাৰুতি সব সৈন্য সাথে।
পুষ্পকযানহি আসি আপোন পুৰী
ভয়ো নৰপতি ৰঘুনাথে।।
শিৰে শশীমণ্ডল ছত্ৰ সুনিৰ্ম্মল
শ্বেত চামৰ দোহোঁ ঢোলে।
মিলল মহোৎসৱ পৰম কোলাহল
সব লোই মঙ্গল ৰোলে।।
শঙ্খ মৃদঙ্গ মুৰজ ধ্বনি বাজত
দুম দুম দুন্দুভি ঢোলে।
পঞ্চ শবদে শুভ মিলল মহোৎসৱ
জয় জয় ৰাঘৱ বোলে।।
ব্ৰহ্ম, পুৰন্দৰ, হৰ, মুনি, কিন্নৰ
চাৰণ মিলল ৰঙ্গে।
ৰতন সিংহাসনে বসি ৰঘু-নন্দন
ৰাজতু জানকী সঙ্গে।।
নিত্য নিৰঞ্জন জগজন কাৰণ
ৰামৰূপে অৱতাৰা।
ৰঘুপতি চৰণ- কমল ভৃঙ্গ মাধৱ
কহ-ৰাম-গতি হামাৰা।।
No comments:
Post a Comment