ৰাগ - মাহুৰ
ধ্ৰুং ।। ৰে মন! ৰাম চৰণ ৰতি লাৱত।
ঝুণ্টা বাত, বিষয়-বিষ ছোড়ি ৰাম অমিয়া-গুণ গাৱত।।
পদ ।। দুঃখ-ইন্ধন মহ বিষয় অমিয়া ৰস
ওহি ভৱ গহন অনলা।
তেজু তথিয়ে আশ কৈচন লালস
মানস মুগুধ বিড়ালা।।
শুন পামৰু মন মজি ৰহতু ঘন
হৰি-ৰস আনন্দ সিন্ধু।
কহয় মাধৱ-ৰাম তেজু সকল কাম
ৰাম ভকত-জন-বন্ধু।।
ধ্ৰুং ।। ৰে মন! ৰাম চৰণ ৰতি লাৱত।
ঝুণ্টা বাত, বিষয়-বিষ ছোড়ি ৰাম অমিয়া-গুণ গাৱত।।
পদ ।। দুঃখ-ইন্ধন মহ বিষয় অমিয়া ৰস
ওহি ভৱ গহন অনলা।
তেজু তথিয়ে আশ কৈচন লালস
মানস মুগুধ বিড়ালা।।
শুন পামৰু মন মজি ৰহতু ঘন
হৰি-ৰস আনন্দ সিন্ধু।
কহয় মাধৱ-ৰাম তেজু সকল কাম
ৰাম ভকত-জন-বন্ধু।।
No comments:
Post a Comment