Sunday, March 3, 2013

ভয়ো ভাই! সাৱধান

ৰাগ - আশোৱাৰী

ধ্ৰুং ।। ভয়ো ভাই! সাৱধান, যাৱে নাহি ছুটে প্ৰাণ।
          গোবিন্দেৰ ফৰমান নিকটে মিলিব জান।।

পদ ।। জীৱন যৌৱন থোৰ সম মায়াময় চোৰ।
           দুঃখ সব কৰু মোৰ হৰি পদে মন যোৰ।।

           তেজু সব অভিলাষ দূৰ কৰু মোহ পাশ।
           হৰি পদে কৰু আশ কহয় মাধৱ দাস।।

No comments:

Post a Comment