ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। নাৰায়ণ! মাগোঁ চৰণ-ৰতি তেৰা।
এতিনি-ভূৱনে তুমহি বৰঠাকুৰ নাহি জানত মতি মেৰা।।
পদ ।। ভূৱন চতুৰদশ কায়া ফিৰত মেৰি
বেৰিবেৰি অন্ত না হোই।
তাৰু তাৰু তাৰু ইবেৰি নাৰায়ণ
থোৰে কৰুণা কৰ মোই।।
সয়ল পাপী মহ হামু অধিকতম
কমনে তৰিতে মেৰি আশা।
কহয় মাধৱ হৰি তুহোঁ পতিত-গতি
ওহি মেৰি পৰম ভৰসা।।
ধ্ৰুং ।। নাৰায়ণ! মাগোঁ চৰণ-ৰতি তেৰা।
এতিনি-ভূৱনে তুমহি বৰঠাকুৰ নাহি জানত মতি মেৰা।।
পদ ।। ভূৱন চতুৰদশ কায়া ফিৰত মেৰি
বেৰিবেৰি অন্ত না হোই।
তাৰু তাৰু তাৰু ইবেৰি নাৰায়ণ
থোৰে কৰুণা কৰ মোই।।
সয়ল পাপী মহ হামু অধিকতম
কমনে তৰিতে মেৰি আশা।
কহয় মাধৱ হৰি তুহোঁ পতিত-গতি
ওহি মেৰি পৰম ভৰসা।।
No comments:
Post a Comment