Sunday, March 3, 2013

ৰে মন! ৰাম-চৰণ-ধন সেৱনা

ৰাগ - ধনশ্ৰী

ধ্ৰুং ।। ৰে মন! ৰাম-চৰণ-ধন সেৱনা।
          বেদ-বচন শুনি ৰাম নাম বিনি, নাহি নাহি ভৱকো তাৰণা।।

পদ ।। বিষয়-বিলাস পাশে বন্দী পৰণা ধৰণা হৰিকো চৰণা।
          মানৱী-দেহ নিত নাহি দেখুৰে আপোন নিকট ভয়ো মৰণা।।

          যাৱে নাহি জীৱ আপুনকেৰি ছুটৰে ৰাম-চৰণে লেহু শৰণা।
          মাধৱ-দাস মূৰুখমতি কহয়ে গতি গোবিন্দ দুহু চৰণা।।

No comments:

Post a Comment