ৰাগ - আশোৱাৰী
ধ্ৰুং ।। মজি ৰহু মেৰি মন।
হৰি গুণ-অপাৰ আনন্দ-সিন্ধু-ৰস মাজে।
হৰি বিনে আন আশা কৰসি কমন কাজে।।
পদ ।। যোহি তনু আপুন, মানস মন ভাই।
অন্তকালে সোহি সঙ্গহি নযাই।।
সব বাণ্টোৱাৰী সুহৃদ নামা হোই।
ইহ পৰলোক হৰত বিত্ত সোই।।
যত দেখো আৱৰি তনয়, বিত্ত, জায়া।
আয়া গমন কাৰণ সব মায়া।।
কহয় মাধৱ শুন মেৰি মন আন্ধা।
হৰি বিনে আৱৰ ছোড়হ সব ধান্ধা।।
ধ্ৰুং ।। মজি ৰহু মেৰি মন।
হৰি গুণ-অপাৰ আনন্দ-সিন্ধু-ৰস মাজে।
হৰি বিনে আন আশা কৰসি কমন কাজে।।
পদ ।। যোহি তনু আপুন, মানস মন ভাই।
অন্তকালে সোহি সঙ্গহি নযাই।।
সব বাণ্টোৱাৰী সুহৃদ নামা হোই।
ইহ পৰলোক হৰত বিত্ত সোই।।
যত দেখো আৱৰি তনয়, বিত্ত, জায়া।
আয়া গমন কাৰণ সব মায়া।।
কহয় মাধৱ শুন মেৰি মন আন্ধা।
হৰি বিনে আৱৰ ছোড়হ সব ধান্ধা।।
No comments:
Post a Comment