ৰাগ - ধনশ্ৰী
ধ্ৰুং ।। নাৰায়ণ-মায়া জানবো কোই।
সুৰপতি, চতুৰ-বয়ন, মুনি শঙ্কৰ, চিন্তিতে আকুল হোই।।
পদ ।। অঘট-ঘটন-পটু চাতুৰী যো নিত
অনিত সমান সব হোই।
যতয়ে অনিত নিত সম ভাষত
ঐচন চাতুৰি হৰি তোই।।
কোই কোই সাঞ্চা কোই কোই মিছা
কবহু কৰত নাহি জানি।
সাঞ্চা মিছা সমান কয় ভাষত
মোহ কৰত বেদবাণী।।
সাঞ্চা মিছা কিছুৱে নাহি জানত
মূৰুখ পামৰ মতি-হীনা।
যাহা গতি-মতি তুহুঁ কমলাপতি
কহত মাধৱ-দাস দীনা।।
ধ্ৰুং ।। নাৰায়ণ-মায়া জানবো কোই।
সুৰপতি, চতুৰ-বয়ন, মুনি শঙ্কৰ, চিন্তিতে আকুল হোই।।
পদ ।। অঘট-ঘটন-পটু চাতুৰী যো নিত
অনিত সমান সব হোই।
যতয়ে অনিত নিত সম ভাষত
ঐচন চাতুৰি হৰি তোই।।
কোই কোই সাঞ্চা কোই কোই মিছা
কবহু কৰত নাহি জানি।
সাঞ্চা মিছা সমান কয় ভাষত
মোহ কৰত বেদবাণী।।
সাঞ্চা মিছা কিছুৱে নাহি জানত
মূৰুখ পামৰ মতি-হীনা।
যাহা গতি-মতি তুহুঁ কমলাপতি
কহত মাধৱ-দাস দীনা।।
No comments:
Post a Comment