Saturday, March 2, 2013

কৈছে গোবিন্দ! সেৱহু তোই

ৰাগ - আশোৱাৰী

ধ্ৰুং ।। কৈছে গোবিন্দ! সেৱহু তোই।
          চঞ্চল মন মেৰি থিৰ না হোই।।

পদ ।। যৈচে পঙ্কজ-দলগত নীৰ।
           বিষয়-লুবুধ মন তৈচে অথিৰ।।

           ছোড়ি পামৰ মতি ৰতি তুৱা পায়া।
           ৰূপ-ৰস পৰশ শৱদ গন্ধে ধায়া।।

           কহয় মাধৱ হৰি কৰু মেৰি দায়া।
           চৰণে শৰণ লেহু চোড়হ মায়া।।

No comments:

Post a Comment