Sunday, March 3, 2013

কমনে বিছুড়ি মন ৰহু ৰাম ৰায়া

ৰাগ - গৌৰী

ধ্ৰুং ।। কমনে বিছুড়ি মন ৰহু ৰাম ৰায়া।
          ভাৰত বৰিষে মানৱী-তনু পায়া।।

পদ ।। দেৱে নাহি তনু মানৱী পায়।
          নাম চিন্তামণি হাতে হৰায়।।

          জানি ৰাম চৰণে কৰু আশা।
          কহত মাধৱ হৰি দাসকু-দাসা।।

No comments:

Post a Comment