ৰাগঃ ভাটিয়ালী
ধ্ৰুং।। আলো ভাই! চল আইস যাই বৃন্দাবনে।
দেখোঁ গৈয়া আনন্দ নয়নে।।
পদ।। সকল বিৰিন্দাবন ছানি।
জয় জয় ৰাম কৃষ্ণ ধ্বনি।।
সুৰভি তেজয় হাম্বাৰাৱে।
বিনোদ মিলিছে ঠাৱে ঠাৱে।।
ৰঙ্গে বায় শিঙ্গা শঙ্খবেণু।
নাচে হাসে গায় চাৰে ধেনু।।
যি ৰস মিলিছে বৃন্দাবনে।
এ সুখ নাহিকে ত্ৰিভুবনে।।
ৰামকৃষ্ণ নোহন্ত মানুষ।
আৰা দুই পৰম পুৰুষ।।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে।
কহয় মাধৱ ওহি দৰে।।
ধ্ৰুং।। আলো ভাই! চল আইস যাই বৃন্দাবনে।
দেখোঁ গৈয়া আনন্দ নয়নে।।
পদ।। সকল বিৰিন্দাবন ছানি।
জয় জয় ৰাম কৃষ্ণ ধ্বনি।।
সুৰভি তেজয় হাম্বাৰাৱে।
বিনোদ মিলিছে ঠাৱে ঠাৱে।।
ৰঙ্গে বায় শিঙ্গা শঙ্খবেণু।
নাচে হাসে গায় চাৰে ধেনু।।
যি ৰস মিলিছে বৃন্দাবনে।
এ সুখ নাহিকে ত্ৰিভুবনে।।
ৰামকৃষ্ণ নোহন্ত মানুষ।
আৰা দুই পৰম পুৰুষ।।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে।
কহয় মাধৱ ওহি দৰে।।
No comments:
Post a Comment