ৰাগ: ধনশ্ৰী
ধ্ৰুং।। হৰিগুণ গাৱত মেৰি মনাই।
সুখে ভকত-সঙ্গ মিলাই।।
পদ।। পতিত-পাৱন হৰিৰ নাম।
তাহে লেহু মুহে অবিৰাম।।
হৰিগুণ অমিয়া-মাধুৰী ঝুৰে।
ভকত-জন মনোৰথ পূৰে।।
সকল নিগম বিচাৰি বিধি।
কহল হৰি বিনে নাহি সিদ্ধি।।
কহয় মাধৱ মূৰুখ দীনা।
গতি নাহি নাহি হৰি বিনা।।
No comments:
Post a Comment