Monday, March 3, 2014

হৰিপদ কমনে বিছুৰি ৰহোঁ এ মন পামৰা

ৰাগ: শ্ৰী (ধনশ্ৰী)

ধ্ৰুং।। হৰিপদ কমনে বিছুৰি ৰহোঁ এ মন পামৰা।

          হৰি বিনে ঝুন্টা ওহি সয়াল সংসাৰা।।


পদ।। হৰিসে আতমা নিজ হৰি বন্ধু মোই।
          হৰি বিনে সুহৃদ আৱৰি নাহি কোই।।
          হৰিপদ সেৱা বিনে তেজু সব কাম।
          নিগম-নিগঢ় বিত্ত  জপ হৰি নাম।।
          কহয় মাধৱ মন ছোৰি ভৱ-পাশা।
          ভকত-সম্পদ হৰি পদে কৰু আশা।।

No comments:

Post a Comment