Thursday, March 6, 2014

এ হৰি কৰিয়ো কৰিয়ো মোৰে কৰুণা-মুৰাৰি

ৰাগ: ভাটিয়ালী

ধ্ৰুং।। এ হৰি কৰিয়ো কৰিয়ো মোৰে কৰুণা-মুৰাৰি।
          চাৰবো নাহি আৰ চৰণ তোহাঁৰি।।

পদ।। তুহুঁ নিৰঞ্জন যিটি জগত আধাৰু।
          ভাৰ হৰণ হেতু তুহুঁ অৱতাৰু।।

          তাৰবি লোক বিনোদ পৰকাশি।
          তুৱা পদ-কমলে সেৱক ভৈলো আসি।।

          পূৰব বাসনা দূৰ কৰহ হামাৰি।
          বচনে ৰহোক গুণ-নাম তোহাঁৰি।।
          
          তুৱা কথা শ্ৰৱণে ৰহোক অবিৰাম।
          কৰ মেৰি ৰহোক কয়ে তুহু কাম।।

          তুৱা পদ সুমৰি ৰহোক মন থিৰ।
          তোঁহাৰি চৰণ বন্দি ৰহো মোৰ শিৰ।।

          তুৱা নিজ মূৰতি ভকত সৱ ঠাই।
          কহ মেৰি বদন-মাধৱ গুণ গাই।।

No comments:

Post a Comment