ৰাগ: মাহুৰ (মাউৰ)
ধ্ৰুং।। হৰিকো নাম নিগমকু সাৰ।
সুমৰি আতি অন্ত্যজাতি
পাৱত ভৱনদী পাৰ।।
পদ।। পাপী অজামিল হৰিকো সুমৰি নাম আভাস।
অতয়ে কৰ্ম্মক-বন্ধ ছোড়ি পাৱল বৈকুণ্ঠ বাস।।
জানি আহে লোক হৰিকো নামে কৰু বিশোৱাস।
সকল বেদক তত্ত্ব কহয় মূৰুখ মাধৱদাস।।
No comments:
Post a Comment